প্ৰকৃততে NRL কোনো বনিয়া আদিক বিক্ৰী কৰা নায়।
আগতে NRL ত অংশীদাৰিত্ব আছিল,
১) BPCL ৰ ৬১.৫%
২)OIL ৰ ২৬%
৩)অসম চৰকাৰ ১২.৩৫%
এতিয়া কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত মৰ্মে BPCL য়ে NRL থকা নিজৰ সম্পূৰ্ণ ৬১.৫% অংশ বিক্ৰী কৰে।
এই অংশৰ ,
OIL য়ে কিনিলে ৫৪.১৬%
EIL য়ে কিনিলে ৪.৪%
অসম চৰকাৰে কিনিলে ৩.২%
বৰ্তমান NRL ত,
১) oil ৰ অংশ ২৬%+৫৪.১৬%=৮০.১৬%
২)অসম চৰকাৰৰ অংশ ১২.৩৫+৩.২=১৫.৫%
৩)EIL ৰ অংশ= ৪.৪%
এতিয়া NRL ৰ অংশদাৰিত্ব আৰু পৰিচালনা oil,eil আৰু অসম চৰকাৰৰ। BPCL ৰ হাতত থকা সম্পূৰ্ণ ৬১.৫% অংশ OIL, অসম চৰকাৰ আৰু EIL য়ে প্ৰায় ৯৮৭৬ কোটি টকাত ক্ৰয় কৰিছে।
এতিয়া NRL ৰ অংশদাৰিত্ব আৰু পৰিচালনা oil,eil আৰু অসম চৰকাৰৰ। BPCL ৰ হাতত থকা সম্পূৰ্ণ ৬১.৫% অংশ OIL, অসম চৰকাৰ আৰু EIL য়ে প্ৰায় ৯৮৭৬ কোটি টকাত ক্ৰয় কৰিছে।
কোনোবা বনিয়া বা বেচৰকাৰী ব্যক্তি/ কোম্পানীৰ হাতত NRL বিক্ৰি কৰিলে বুলি যি প্ৰচাৰ হৈ আছে সেইটো সত্য নহয়।