Paris Olympics 2024 – Top Important for ADRE 2.0 & ASSAM POLICE Exam 2024

Paris olympics 2024 questions and answers | Olympics quiz questions and answers 2024 | Olympic questions for students | Paris olympics 2024 questions and answers assamese |PARIS OLYMPICS 2024 || Important Questions in Assamese || পেৰিছ অলিম্পিক

 পেৰিছ অলিম্পিক

১/ আধুনিক অলিম্পিক গেমছৰ পিতৃ কাক গণ্য কৰা হয়?
উত্তৰ : পিয়েৰ বেৰণ দি ক’বাটিন
২/ কোন চনত আধুনিক অলিম্পিক গেমছ অনুষ্ঠিত হৈছিল?
উত্তৰ: ১৮৯৬
৩/ অলিম্পিকৰ চিহ্নৰ পাঁচটা আঙুঠিত কি কি ৰং আছে?
উত্তৰ: নীলা, ৰঙা, সেউজীয়া, হালধীয়া,ক’লা
৪/ ২০২২ চনৰ শীতকালীন অলিম্পিক খেল ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ: বেইজিং, চীন
৫/ অলিম্পিকৰ খেলত দুটাকৈ পদক বিজেতা প্ৰথম ভাৰতীয় মহিলা খেলুৱৈৰ নাম কি?
উত্তৰ: পি ভি সিন্ধু
৬/ অলিম্পিক ৰিং কেইটাৰ ৰং কেইটাই কোন কেইখন মহাদেশক সূচায়?
উত্তৰ: নীলা – ইউৰোপ , হালধীয়া – এছিয়া, ক’লা- আফ্ৰিকা, সেউজীয়া – অষ্ট্ৰেলিয়া, ৰঙা – আমেৰিকা
৭/ অলিম্পিক খেলৰ সংবিধান মতে, অলিম্পিক খেলসমূহ কিমান দিনতকৈ বেছি হ’ব নোৱাৰে ?
উত্তৰ: ১০ দিন
৮/ কিমান বছৰৰ বিৰতিত অলিম্পিক খেল অনুষ্ঠিত হয়?
উত্তৰ: ৪ বছৰ
৯/ ২০২৬ চনৰ শীতকালীন অলিম্পিক খেলৰ আয়োজক দেশৰ নাম কি?
উত্তৰ: ইটালী
১০/ IOC ৰ দ্বাৰা অলিম্পিক অৰ্ডাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন?
উত্তৰ: অভিনৱ বিন্দ্ৰা
১১/ ভাৰতৰ পুৰুষ হকী দলে ২০২৪ চনৰ পেৰিছ অলিম্পিকত কোনখন দেশৰ সৈতে চেমি ফাইনেল খেলিছে?
উত্তৰ: জাৰ্মানী
১২/ অবিনাশ ছেবল কিমান মিটাৰ ষ্টিপলচেজৰ বিশেষজ্ঞ?
উত্তৰ: ৩০০০
১৩/ অলিম্পিক ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু কোন?
উত্তৰ: ভিনেচ ফোগাত
১৪/ অলিম্পিকৰ চিহ্নত থকা পাঁচটা আঙঠিৰ ৰঙে কি প্ৰতিনিধিত্ব কৰে?
উত্তৰ: পাঁচখন মহাদেশ
১৫/ অলিম্পিকৰ মুলমন্ত্ৰ চিটিয়াছ, আলটিয়াছ, ফটিয়াছৰ অৰ্থ কি?
উত্তৰ: Faster, Higher, Stronger
১৬/ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ: Lausanne,Switzerland
১৭/ কোন বছৰত মহিলাসকলে প্ৰথমবাৰৰ বাবে আধুনিক অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল?
উত্তৰ: ১৯০০, পেৰিছ
১৮/ কোনখন অলিম্পিকত শেষৰবাৰৰ বাবে বিশুদ্ধ সোণেৰে নিৰ্মিত সোণৰ পদক প্ৰদান কৰা হৈছিল?
উত্তৰ: ১৯১২, Stockholm অলিম্পিক, চুইডেন
১৯/ গ্ৰীষ্মকালীন আৰু শীতকালীন অলিম্পিক দুয়োটাতে সোণৰ পদক লাভ কৰা প্ৰথমজন খেলুৱৈ কোন আছিল?
উত্তৰ: Eddie Eagan
২০/ মহিলা ফুটবল কোনখন দেশে প্ৰথম অলিম্পিক স্বৰ্ণ পদক লাভ কৰিছিল?
উত্তৰ: আমেৰিকা (১৯৯৬)
২১/ অলিম্পিকৰ ছুইমিং পুলৰ উষ্ণতা কিমান?
উত্তৰ: ২৫° আৰু ২৮°
২২/ এটা অলিম্পিকত সৰ্বাধিক ব্যক্তিগত সোণৰ পদক লাভ কৰা খেলুৱৈজনৰ নাম কি?
মাইকেল ফেল্পছ
২৩/পেৰিছ অলিম্পিকত ৰাষ্ট্ৰসমূহৰ পেৰেডৰ সময়ত ভাৰতৰ পতাকাবাহী কোন হৈছিল?
উত্তৰ: পি ভি সিন্ধু আৰু সৰথ কমল
২৪/ ২০২৪ চনৰ অলিম্পিকৰ বাবে ভাৰতৰ চেফ্ – দি মিছন হিচাপে কোনে নিৰ্বাচিত হৈছে?
উত্তৰ: গগন নৰংগ
২৫/ পেৰিছত অনুষ্ঠিত হোৱা ৩৩ সংখ্যক গ্ৰীষ্মকালীন অলিম্পিক ২০২৪ ত জুৰিৰ সদস্য হিচাপে নিযুক্তি পোৱা প্ৰথমজন ভাৰতীয় কোন?
উত্তৰ: Bilquis Min
২৬/ এটা অলিম্পিকত দুটা পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন?
উত্তৰ: মনো ভাকেৰ
২৭/ পেৰিছ ২০২৪ অলিম্পিকত ভাৰতৰ হৈ কোনে প্ৰথম পদক লাভ কৰিছিল?
উত্তৰ: মনো ভাকেৰ
২৮/ ২০২৪ চনত ভাৰতে অলিম্পিকত এতিয়ালৈকে কিমান পদক লাভ কৰিছে?
উত্তৰ: ৩
২৯/ ২০২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত কিমান খেল সন্নিৱিষ্ট কৰা হৈছে?
উত্তৰ: ৩২
৩০/ ২০২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে লিম্পিক মাস্কট কি?
উত্তৰ: Phryge
৩১/ শেহতীয়াকৈ স্বপ্নিল কুছালে ২০২৪ চনৰ পেৰিছ অলিম্পিকত কোনখন ক্ৰীড়া প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল?
উত্তৰ: শ্বুটিং
৩২/ অলিম্পিকৰ পুৰুষৰ একক বেডমিন্টন ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় কোন?
উত্তৰ: লক্ষ্য সেন
৩৩/ অলিম্পিকৰ এটা সংস্কৰণত দুটা পদক লাভ কৰা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ কোন?
উত্তৰ: মনো ভাকেৰ
৩৪/ অলিম্পিকত পদক বিজয়ী প্ৰথম ভাৰতীয় মহিলা নাম কি?
উত্তৰ: সাক্ষী মালিক
৩৫/ কোন চনত প্ৰথমবাৰৰ বাবে অলিম্পিক ৰিংসমূহ জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হৈছিল?
উত্তৰ: ১৯১৩
৩৬/ ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতে সৰ্বমুঠ কিমানটা পদক লাভ কৰিছিল?
উত্তৰ: ৭ টা ( এটা সোণৰ,২ টা ৰূপৰ, ৪ টা ব্ৰঞ্জৰ)
৩৭/ ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিক ২০২১ চনৰ কোন ঠাইত অনুষ্ঠিত হৈছিল
উত্তৰ: টকিঅ’
৩৮/ কোন চনত প্ৰথমবাৰৰ বাবে শীতকালীন অলিম্পিক খেল অনুষ্ঠিত হৈছিল?
উত্তৰ: ১৯২৪
৩৯/ কোন ঠাইত প্ৰথমবাৰৰ বাবে পেৰা অলিম্পিক খেল অনুষ্ঠিত হৈছিল?
উত্তৰ: ৰোম
৪০/ কোনখন ঠাইত অলিম্পিক খেলৰ জন্ম হৈছিল?
উত্তৰ: গ্ৰীচ

Assam Direct Recruitment 2024: E-BOOK in Assamese Medium

এইটো লিংকটোত ক্লিক কৰি  মাত্ৰ 99 টকাত বুকখন ক্ৰয় কৰিব পাৰিব।   :   Click Here

৪১/ ভাৰতৰ হৈ অলিম্পিক খেলত পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি?
উত্তৰ: লাভলীনা বৰগোহাঁই
৪২/ ২০২৪ চনৰ পেৰিছ অলিম্পিক কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ আয়োজন কৰিছিল?
উত্তৰ: ২৬ জুলাইৰ পৰা ১১ আগষ্ট
৪৩/ অলিম্পিকৰ এথলেটিক্সত স্বৰ্ণ পদক লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈজনৰ নাম কি?
উত্তৰ: নীৰজ চোপ্ৰা
৪৪/ অলিম্পিকৰ ইতিহাসত ভাৰতে কোনবিধ খেলত তিনিটা পদক লাভ কৰিছে?
উত্তৰ: শ্বুটিং
৪৫/অলিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় নাম কি?
উত্তৰ: অভিনৱ বিন্দ্ৰা
৪৬/ ২০২৮ চনৰ লজ এঞ্জেলেজ অলিম্পিকত নতুনকৈ কিমানটা অপচনেল স্পৰ্টচ বাচনি কৰা হৈছে?
উত্তৰ: ৫
৪৭/ এটা অলিম্পিক খেলত সৰ্বাধিক পদক বিজয়ী ভাৰতীয় মহিলা কোন?
উত্তৰ: মনো ভাকেৰ
৪৮/ অলিম্পিক পদক বিজয়ী প্ৰথম ভাৰতীয়জনৰ নাম কি?
উত্তৰ: কে দি যাদৱ
৪৯/ কোন চনত প্ৰথমবাৰৰ বাবে অলিম্পিক পতাকা ব্যৱহাৰ কৰা হৈছিল?
উত্তৰ: ১৯২০, Antwerp
৫০/ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ কাৰ্যালয়ত ইংৰাজীৰ বাহিৰে আন কি ভাষা কাৰ্যালয়ৰ ভাষা হিচাপে ব্যৱহাৰ কৰা হয়?
উত্তৰ: ফৰাচী ভাষা
৫১/ ভাৰতীয় অলিম্পিক সংস্থাৰ বৰ্তমানৰ সভাপতিৰ নাম কি?
উত্তৰ: পি টি উষা
৫২/ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ বৰ্তমানৰ অধ্যক্ষ কোন?
উত্তৰ: থমাছ বেছ
৫৩/ কোনটো অলিম্পিকত প্ৰথমবাৰৰ বাবে ‘অলিম্পিক শিখা’ ব্যৱহাৰ কৰা হৈছিল?
উত্তৰ: ১৯২৮, আমষ্টাৰ্দাম
৫৪/ প্ৰাচীন অলিম্পিক খেলসমূহ খ্ৰীষ্টপূৰ্ব ৭৭৬ চনত গ্ৰীচৰ কোন দেৱতাৰ সন্মানাৰ্থে অনুষ্ঠিত হৈছিল?
উত্তৰ: জিউচ
৫৫/ কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস পালন কৰা হয়?
উত্তৰ: ২৩ জুন
৫৬/ পেৰিচ অলিম্পিক ২০২৪ চনৰ বাতৰি পৰিৱেশন কৰা ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মহিলা ফটোগ্ৰাফাৰ কোন?
উত্তৰ: গীতিকা তালুকদাৰ
৫৭/ বক্সিঙৰ ভাৰতৰ কনিষ্ঠতম অলিম্পিক ৰেফাৰী কোন?
উত্তৰ: Lt Col Kablin Sai Ashok
৫৮/ কোনজন ভাৰতীয় অলিম্পিক স্বৰ্ণ পদক বিজয়ীয়ে পেৰিছ ২০২৪ ৰেলিত অলিম্পিক টর্চ লৈছিল?
উত্তৰ: অভিনৱ বিন্দ্ৰা
৫৯/ ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ কিমানজন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে?
উত্তৰ: ১১৭
৬০/ ২০২৮ চনত পৰৱৰ্তী অলিম্পিক ক’ত অনুষ্ঠিত হ’ব?
উত্তৰ: ইউ এছ এ
৬১/ পি ভি সিন্ধুয়ে অলিম্পিকত মুঠ কিমানটা পদক লাভ কৰিছে?
উত্তৰ: ২ টা
৬২/ ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ পৰা কোনখন খেল আঁতৰোৱা হৈছে?
উত্তৰ: বেছবল আৰু ছফ্টবল
৬৩/ ২০২৪ চনত কিমানখন দেশে অলিম্পিকত অংশগ্ৰহণ কৰে?
উত্তৰ: ২০৬
৬৪/ ২০২৪ চনৰ অলিম্পিকত প্ৰথমবাৰৰ বাবে কোনটো খেলৰ অংশগ্ৰহণ হৈছে?
উত্তৰ: ব্ৰেকিং
৬৫/ ২০২৪ চনৰ অলিম্পিক গেমছৰ মূলমন্ত্ৰ কি?
উত্তৰ: Game’s Wide Open
৬৬/ পেৰিচ ২০২৪ চনৰ অলিম্পিকৰ মুকলি অনুষ্ঠান কোনখননদীৰ কাষত হৈছিল?
উত্তৰ: চেইন নদী
৬৭/ ২০২৪ চনৰ অলিম্পিক কোনখন দেশত আয়োজন কৰা হৈছে?
উত্তৰ: পেৰিচ, ফ্ৰান্স
৬৮/ ভাৰতৰ হৈ ব্যক্তিগত ইভেণ্টত কোনে প্ৰথম অলিম্পিক স্বৰ্ণ পদক লাভ কৰিছিল?
উত্তৰ: অভিনৱ বিন্দ্ৰা
৬৯/ অলিম্পিকৰ কোনখন খেলত ধ্যানচন্ধই সোণৰ পদক বিজয়ী ভাৰতীয় হকী দলৰ অধিনায়কত্ব কৰিছিল?
উত্তৰ: ১৯৩৬, বাৰ্লিন
৭০/ অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন?
উত্তৰ: কাৰ্ণন মাল্লেশ্বৰী
৭১/ ২০২৪ চনৰ পেৰিছ অলিম্পিকলৈ অহা দৰ্শনাৰ্থীৰ বাবে ডিজিটেল শ্বেজেন ভিচা প্ৰদান কৰা প্ৰথমখন ইউৰোপীয় ৰাষ্ট্ৰ হিচাপে কোনখন দেশে ঘোষণা কৰিছে?
উত্তৰ: ফ্ৰান্স
৭২/ ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমজন ভাৰতীয় পুৰুষ মল্লযুঁজাৰু কোন?
উত্তৰ: অমন শেৰাৱত
৭৩/ শেহতীয়াকৈ ২০২৪ চনৰ পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা অমান শেৰাৱত কোনটো খেলৰ সৈতে জড়িত?
উত্তৰ: ৰেষ্টলিং
৭৪/ ২০২৪ চনৰ পেৰিছ অলিম্পিকত পুৰুষৰ একক টেনিছ খিতাপত কোনে স্বৰ্ণ পদক লাভ কৰিছিল?
উত্তৰ: নভাক যক’ভিক
৭৫/ ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতে কিমানটা পদক লাভ কৰিছে?
উত্তৰ: ৬ টা ( ১টা ৰূপ আৰু ৫ টা ব্ৰঞ্জ)

 

 

লগতে চাওকঃ  অলিম্পিক – Olympic history in Assamese essay
এছিয়ান গেমছ -Asian Games Essay in Assamese

Leave a Reply