Inventions & discoveries/আৱিষ্কাৰ আৰু আৱিষ্কাৰক তথা উদ্ভাৱকসকল :
টেলিভিছন কোনে আৱিষ্কাৰ কৰিছিল | ৰেডি’অৰ আৱিষ্কাৰক | ৰেডিঅ কেতিয়া আৱিষ্কাৰ কৰিছিল | ইন্টাৰনেট কোনে আবিষ্কাৰ কৰিছিল |বৈদ্যুতিক বাল্বৰ আৱিষ্কাৰক | হাইড্ৰ’জেন গেছৰ আৱিষ্কাৰক | আমেৰিকাৰ আৱিষ্কাৰক | উৰাজাহাজৰ আৱিষ্কাৰক |মটৰ চাইকেলৰ আৱিষ্কাৰক|চাইকেল কোনে আৱিষ্কাৰ কৰিছিল

| পেনিচিলিন | আলেকজেণ্ডাৰ ফ্লেমিং |
| টেলিভিছন বা দূৰদৰ্শন | জন লগি বেয়াৰ্ড (স্কটলেণ্ড) |
| টেপৰেকৰ্ডাৰ | ভালডেমাৰ প’লচন (ডেনমাৰ্ক) |
| অনাতাঁৰ বা ৰেডি’অৰ | গুগ্লিয়েলমো মাৰ্কনি(ইটালী) |
| কম্পিউটাৰ | চাৰ্লচ বেবেজ |
| ৰেফ্ৰিজাৰেটৰ | ফাৰ্ডিনাণ্ড কাৰ |
| মটৰ চাইকেল | জি উইম্লাৰ |
| বৈদ্যুতিক বাল্ব | টমাছ আলভা এডিছন |
| বৈদ্যুতিক কম্পিউটাৰ | ডঃ এলাম এম টুৰিং |
| গ্ৰীণলেণ্ড | নৰ্ছমেন |
| সৰ্বপ্ৰথম পৃথিৱীৰ আকৃতি নিৰ্ণয় কৰিছিল | এৰাট’ স্থেনিচ |
| হাইড্ৰ’জেন গেছ | হেনৰি কেভেন্দিছ |
| দক্ষিণ মেৰু | এমাণ্ডচন |
| আমেৰিকা | কলম্বাছ |
| ৰেডিয়াম | পিয়েৰ কুৰী আৰু মেৰী কুৰী |
| হাৱাই দ্বীপ | কেপ্তেইন কুকে |
| প্ৰেছাৰ কুকাৰ | জেনিচ পেপিন |
| ভাইৰাছ | ইভানোভিক |
| ব্ৰাজিল | কেব্ৰেল |
| উদ্ভিদৰ কোষ | ৰবাৰ্ট হুক আৰু শ্লেইভাৰ |
| মটৰগাড়ী (পেট্ৰ’ল চালত ) | কাৰ্ল বেবেজ |
| ক্ল’ৰ’ফম | লুই পেষ্টিউৰ |
| উৰাজাহাজ | উইলবাৰ আৰু অৰভিল ৰাইট |
| দোলন গতি সম্পৰ্কীয় সূত্ৰ | গেলিলিও গেলিলি |
| এটম | কানাডে |
| পলি’অ ভেকচিন | জ’নাছ চক |
| বেক্টেৰিয়া বিজ্ঞান | লুইছ পেষ্টিঅৰ |
| টিবিৰ এণ্টিবায়’টিক | চেলমেন ৱাক্সমেন |
| প্ৰথম এণ্টিবায়’টিক | আলেকজেণ্ডাৰ ফ্লেমিং |
| ডি এন এৰ ফিংগাৰপ্ৰিন্তিং | লালজী সিং |
| ইনছুলিন | ফেদ্ৰিক বেন্তিং |
| ছমস্কৰ ভেকচিন | এডৱাৰ্ড জেনাৰ |
| হেলিকপ্টাৰ | ব্ৰেগুৱেট |
| ৱেব | টিম বাৰ্নাৰ্ছ লি |
| জেট ইঞ্জিন | ছাৰ ফ্ৰেংক হুইটল |
| এক্স-ৰে | ৰয়েণ্টজেন |
| লেজাৰ | টি.এইচ.মেইনমেন |
| টেলিফোন | আলেকজেণ্ডাৰ গ্ৰাহামবেল |
| চিমেণ্ট | জোছেফ অস্পডিন |
| অপটিকেল ফাইবাৰ | নৰিন্দৰ কাপনি |
| ইলেক্ট্ৰন | জোছেফ থমচন |
| ভিডিও টেপ | চাৰ্লছ গিন্সবাৰ্গ |
| কুষ্ঠ ৰোগ বেচিলাছ | কোচ |
| ইলেক্ট্ৰন মাইক্রস্কোপ | নল আৰু ৰুস্কা |
| বাৰুদ | ৰজাৰ বেকন |
| প্ৰথম স্বয়ংচালিত অটোমোবাইল | হেনৰী ফৰ্ড |
| সৌৰজগত | কপাৰনিকাছ |
| আকাশীযান | অৰভিল আৰু উইলবাৰ ৰাইট |
| অক্সিজেন | প্ৰিষ্টলী |
| বেৰ’মিটাৰ | ইভানজেলিষ্টা টৰিচেলিত |
| বেটৰী | এলেছান্দ্ৰ’ ভল্টা |
| চাইকেল | কিনোপেট্ৰিক মেকমিলান |
| চিনেমা | নিকোলাছ আৰু জিন লুমিয়েৰে |
| ডিজেল ইঞ্জিন | ৰুডলফ ডিজেল |
| বৈদ্যুতিক ইস্ত্ৰি | এইচ.ডব্লিউ ছিলি |
| উত্তৰ মেৰু | আৰ.ই.পিয়াৰী |
| ফ’টোগ্ৰাফী | জোচেফ নিপচে |