সন্ধি কাক বোলে ? ||সমাস কাক বোলে ?||বিশেষণ পদ কাক বোলে ? || সৰ্ব্বনাম পদ কাক বোলে ?

সমাস কাক বোলে ? বিশেষণ পদ কাক বোলে ?

প্ৰশ্ন :   সন্ধি কাক বোলে ?
উত্তৰ :   ওচৰা – উচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্নৰ মিলন ঘটাকে সন্ধি বোলে ।

প্ৰশ্ন : সমাস কাক বোলে ?
উত্তৰ : পৰস্পৰ অৰ্থৰ সংগতি থকা দুই বা ততোধিক পদ লগ লাগি একে পদ হোৱাকে সমাস বোলে ।

প্ৰশ্ন : বিশেষণ পদ কাক বোলে ?
উত্তৰ :  যি পদে আন পদৰ দোষ , গুণ , অৱস্থা , পৰিমান আদি বুজায় , তাকে বিশেষণ পদ বোলে।
উদাহৰণ –  ধুনীয়া ফুল , শুৱলা সংগীত , মনোৰমা ঠাই ।

প্ৰশ্ন :  সৰ্ব্বনাম পদ কাক বোলে ?
উত্তৰ :  বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ হয় তাক সৰ্ব্বনাম পদ বোলে ।
উদাহৰণ : ৰাম এজন ভাল লৰা ।

 

Leave a Reply