যোগ নেওতা
বিয়োগ নেওতা
পূৰণৰ সৰু নেওতা
কোনো সংখ্যা বাৰে বাৰে যোগ কৰি যি উত্তৰ পোৱা যায় , তাৰ চমুতে পোৱাৰ নিয়ম মানেই পূৰণ ।
পূৰণৰ মাজু নেওতা
পূৰণৰ বৰ নেওতা
যদি আপোনাক নেওতা কেইখনৰ প্ৰয়োজন বা আপোনাৰ কোনোবা ভাই -ভান্তি / লৰা-ছোৱালী, ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন ইয়াৰ পৰা ডাউনলোড কৰি প্ৰিন্ট কৰি লব পাৰিব ।
Download নেওতা