Institute of Banking Personnel Selection ত খালী হৈছে 1,417 পদ ।
উক্ত খালি পদ সমূহ –
Probationary officer ,
Management Trainees
IBPS সঞ্চালকে প্ৰকাশ কৰা বিজ্ঞানৰ তথ্য অনুসৰি ,
1,417 পদ পূৰণ হব লগীয়া বেংকসমূহ হৈছে –
বেংক অৱ ইণ্ডিয়া -734 ,
বেংক অৱ মহাৰাষ্ট্ৰ – 250 ,
পাঞ্জাৱ এণ্ড সিন্ধ বেংক – 83 ,
ইউকো বেংক – 350 ।
আবেদনকাৰী প্ৰাৰ্থী চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী হোৱা হব লাগিব ।
প্ৰাৰ্থীৰ বয়স 1 আগষ্ট , 2020 লৈ 20 -30 বছৰ হব লাগিব ।
মুঠ খালি পদ 1,417 টাৰ ভিতৰত
এছ চি – 196
এছ টি – 89
অ বি চি – 300
অসংৰক্ষিত – 690
আর্থিক ভাৱে দুৰ্বল শ্ৰেণীৰ বাবে – 142 টা পদ সংৰক্ষিত থাকিব ।
দিব্যাংগ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে 83 টা পদ বিশেষ ভাবে সংৰক্ষিত থাকিব ।
আবেদন মাচুল –
এছ চি , এছ টি আৰু দিব্যাংগ শ্রেণীৰ প্ৰাৰ্থীয়ে
175 টকা পৰিশোধন কৰিব লাগিব ।
আনহাতে অন্যান্য শ্ৰেণীৰ প্ৰাৰ্থীয়ে 850 টকা পৰিশোধন কৰিব লাগিব ।
বিজ্ঞাপনৰ বিষয়ক বিতং তৈথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অৰ্হতা , অভিজ্ঞতা , বয়স শ্ৰেণীক ধৰি অনলাইনযোগে আবেদন কৰিবলৈ IBPS ৰ ৱেবচাইট ভিজিত কৰক 👇👇👇
অনলাইন যোগে আবেদন দাখিল , নাম পঞ্জীয়ন আৰু মাচুল পৰিশোধন প্ৰক্ৰিয়া 5 আগষ্ট , 2020 পৰা আৰম্ভ হৈছে ।
আবেদনৰ অন্তিম তাৰিখ 26 আগষ্ট , ২০২০ ।