ESI Hospitalত 18 টা কৈ চফীই কৰ্মীৰ পদ মুকলি । অসমৰ সকলেৱে apply কৰিব পাৰিব ।
এই পদ সমূহৰ বাবে Walk interview হব আন কোনো লিখিত পৰীক্ষা নহয় ।
শিক্ষাগট অৰ্হতা – নিম্নতম অষ্টম শ্ৰেণী উত্তীৰ্ণ
বেতন : ১২০০০ প্ৰতি মাহে ।
সাক্ষাৎকাৰৰ দিন : ২৪/০৮/২০২০
সময় : পুৱা ১০:৩০ বজাৰ পৰা
মুঠ পদ : ১৮ টা
ইচ্ছুক প্ৰাৰ্থীয়ে সাক্ষাৎকাৰৰ বাবে আহোতে নিজৰ পৰিচয় পত্ৰ ( পাণ কাৰ্ড / আধাৰ কাৰ্ড) লগতে শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ লৈ আহিব লাগিব ।
সাক্ষাৎকাৰৰ স্থান – প্ৰশাসনীয় চিকিৎসা বিষয়া ৰাজ্য বীমা আঁচনি কাৰ্য্যলয় ,
অসম , জবাহৰনগৰ , গুৱাহাটী -২২
বিজ্ঞাপন : ইয়াত ক্লিক কৰক