দেশীয় নিয়ম
৬০ অনুপলে ১ বিপল
৬০ বিপলে ১ পল
৬০ পলে ১ দণ্ড
৭ দণ্ডই ১ পৰ
৮ পৰে ১ দিন
৭ দিনে ১ সপ্তাহ
১৫ দিনে ১ পক্ষ
৩০ দিনে ১ মাহ
২ মাহে ১ ঋতু
১২ মাহে বা ১ বছৰ
৩৬৫ দিনে
ইংৰাজী নিয়ম :
৬০ ছেকেণ্ড ১মিনিট
৬০ মিনিটে ১ ঘণ্টা
২৪ ঘণ্টাই ১ দিন
৭ দিনে ১ সপ্তাহ
১২ মাহে
৫২ সপ্তাহে ১ বছৰ
৩৬৫ দিনে
৩৬৬ দিনে লিপ্ইয়েৰ
১২ বছৰে ১ যুগ
১০০ বছৰে ১ শতাব্দী