PART-B2
English-assamese word
blackout নিষ্প্রদীপ কৰা
blame দোষ দিয়া
blare গর্জন কৰা
blast বিস্ফোৰণ
blaze জুইৰ শিখা
bleach পৰিস্কাৰ কৰা
beak নির্জন, নিৰাশ্রয়
Bleed তেজ ওলোৱা
blemish কলঙ্ক
bless আশীর্বাদ দিয়া
blind অন্ধ
blink চকু পিত পিত কৰা
bliss পৰম আনন্দ
blitz হঠাৎ আক্রমণ
bog জলাভূমি
blockhead বুৰ্বক
blood ৰক্ত, তেজ
royal blood ৰাজ বংশ
blood-thirsty ৰক্ত পিপাসু
blow ঘােচা
bluff ফাকি, মিছা কথা
blunder মাৰাত্মক ভুল
blush লাজত ৰঙা পৰা
boar বনৰীয়া গাহৰি
boast দম্ভ মাৰা
body দেহ , শৰীৰ
bogus মিছা
boil সিদ্ধ , সিজোৱা
bold সাহসী
bolt দুৱাৰৰ চিটিকণি
Bolt from the blue বিনা মেঘে বজ্ৰপাত
bond চুক্তি
bondage গোলামী
bone অস্থি , হাড়
Bonny ধুনীয়া , সুদৰ্শণ
bookworm কিতাপৰ পোক
boon উপহাৰ
boost প্ৰচাৰ কৰা
border সীমান্ত
born জন্ম গ্ৰহণ কৰা
borrow ধাৰ কৰা
bosom বুকু
boss ওপৰৱালা
bother জ্বলা কলা কৰা
bough গছৰ ডাল
bounce হঠাৎ জাপ মাৰি উঠা
bow ধেনু
bowels নাড়িভূৰি
boyhood বাল্যকাল
brag গৌৰৱ কৰা
braid চুলিৰ বেণী গুঠা
brake গতি ৰোধ কৰা
brand new একেবাৰে নতুন
brave সাহসী
bravely সাহসেৰে
bravery সাহসিকতা
breakable ভাঙিব পৰা
breaker ভাঙোতা
breast বুকু
breath উশাহ
breathe উশাহ লোৱা
breed জন্ম দিয়া
bribery ঘুচা খোৱা
brick layer ৰাজ মিষ্টি
bride কইনা
bridal বিয়াৰ ভোজ
bridle ঘোঁৰাৰ লেকাম
brief চমু,সক্ষিপ্ত
brim নৈৰ দাঁতি
brinjal বেঙেনা
brink দাঁতি
brisk চট পটীয়া
bronze তাম ও টিনৰ মিশ্রত ধাতু
brook সৰু নিজৰ
budge লৰচৰ কৰা
buffon জোকাৰ
bug উৰহ
bulge উঠন
bulk দম
bulletin ইস্তাহাৰ
bullock বলধ গৰু
bully গুণ্ডামি
bump ঠেকেছা খোৱা
bumpkin জলহু চহা মানুহ
bungle জধেমধে কৰা কাম
bouy বৰশী পুঙা
bourden বোজা
bureau লেখা পঢ়া কৰা মেজ
লগতে চাওকঃ Part A1 , Part A 2 , Part A3 , Part B1 ,
তলৰ লিংকটো গৈ অতি কম খৰচতে OXFORD ENGLISH DICTIONARY ক্ৰয় কৰিব পাৰিব 👇👇👇
https://amzn.to/38u1tY7
ধন্যবাদ😊
Nyc
Nice
nice . Sara Axom