Skip to content
উটি যা ৰূপালি নাও
উটি যা উটি যা ৰূপালি নাও
জুৰুকৈ বা জুৰুকৈ বা
অ’ মােৰ পছােৱা মলয়া বা।
দেখি তােৰ শুকুলা পাল
হিয়া মােৰ মাৰে নিতাল
শুনি তােৰ মৃদুল সুৰ
সিয়ঁৰি উঠে মোৰ গা
লুইতৰ বুকুৰে ঢল
নাচি কৰে কলমল
গাই গৈ কল কল
তােলে সুমধুৰ ৰাগ।।
Related