বিজ্ঞানত সচৰাচৰ ব্যৱহাৰ হোৱা কেইটামান গ্ৰীক বৰ্ণমালা :
বৰ্ণ নাম
α আলফা ( Alpha )
β বিটা (beta)
γ গামা (Gamma)
δ ডেলটা (Delta)
ζ জেটা ( Zeta )
η এটা (Eta)
θ থিটা (Theta)
λ লেমডা (Lambda)
μ মিউ (Mu)
ν নিউ (Nu)
ξ আই (Xi)
π পাই (Pi)
σ চিগমা (Sigma)
Φ ফাই (Phi)
ψ ছাই (Psi )
ω ওমেগা (Omega)
Related