ওজনৰ জোখ-মাখ
১০ মিলিগ্ৰামত ১ ছেন্টিগ্ৰাম
১০ ছেন্টিগ্ৰামত ১ ডেচিগ্ৰাম
১০ ডেচিগ্ৰামত ১ গ্ৰাম
১০ গ্ৰামত ১ ডেকাগ্ৰাম
১০ ডেকাগ্ৰামত ১ হেক্টোগ্ৰাম
১০ হেক্টোগ্ৰামত ১ কিলোগ্ৰাম
১০ কিলোগ্ৰামত ১ মিৰিওগ্ৰাম
১০ মিৰিওগ্ৰামত ১ কুইণ্টল
১০ কুইণ্টলত ১ মেট্ৰিকটন
লগতে চাওকঃ মাটিৰ জোখ || মাটিৰ হিচাপ