আফ্ৰিকা মহাদেশৰ সকলোবোৰ দেশৰ নাম আৰু দেশবোৰৰ ৰাজধানীৰ নাম ।
আফ্ৰিকা মহাদেশত সৰ্ব মুঠ ৫৫ খন দেশ আছে ।
মৰক্কো ৰাবাট
আলজেৰিয়া আলজিয়াৰ্ছ
টিউনিছিয়া টিউনিছ
লিবিয়া ত্রিপ’লি
ইজিপ্ট কাইৰাে
মােৰিটানিয়া নিউয়াকছট
পশ্চিম ছাহাৰা লাওৱােউনে
কেপ ভার্দে প্রাইয়া
ছেনেগাল ডাকৰ
জাম্বিয়া বানজুল
গিনি-বিছাউ বিছাউ
গিনি কোনাক্ৰি
ছিয়েৰা লিয়ন ফ্ৰি টাউন
লাইবেৰিয়া মনৰ’ভিয়া
আইভৰি কষ্ট ইয়ামুছুক্ৰো
মালি বামকো
বাৰকিনা ফাছো আউগাডুগু
ঘানা আক্ৰা
টোগো লোমে
বেনিন পোৰ্টো – নোভো
নাইজাৰ নিয়ামে
চাদ এন জামেনা
নাইজেৰিয়া আবুজা
কেমেৰুণ ইয়াউণ্ডে
মাধ্য আফ্ৰিকা প্ৰাজাতন্ত্ৰ বাংগুই
ইকুৱেট’ৰিয়েল গিনি মালাবো
ছাও টোমে আৰু প্ৰিন্সপে ছাও টোমে
গেবন লাইবাৰভিল
কংগো ব্ৰজাভিল
জাইৰে কিনছাছ
এংগোলো লুৱাণ্ডা
ছুডান খাৰ্টুম
দক্ষিণ ছুডান জাবু
এৰিট্ৰিয়া আছমাৰা
ইথিঅ’পিয়া আদ্দিছ আবাবা
জিবুটি জিবুটি
ছোমালিয়া মোগাডিছু
উগাণ্ডা কম্পালা
কেনিয়া নাইৰোবি
তাঞ্জনিয়া ডোডোমা
ৰুৱাণ্ডা কিগালি
বুৰুণ্ডি বুজুমবাৰা
জাম্বিয়া লুছাকা
মালয়ি লিয়োংগোই
মোজাম্বিক মাপুটো
জিম্বাবুৱে হাৰাৰে
বোৎছোৱানা গেবোৰোণ
ছোৱাজিলেণ্ড এমবাবনে
লেছোথো মাছেৰু
নামিবিয়া উইণ্ডহোৱেক
দক্ষিণ আফ্ৰিকা প্ৰটোৰিয়া
কোমোৰোছ মোৰনি
ছেচেলেচ ভিক্টোৰিয়া
মাদাগাস্কাৰ আন্তানানাৰিভো
মৰিছাছ পোৰ্টলুই
লগতে চাওক : এছিয়া মহাদেশ, অষ্ট্ৰেলিয়া মহাদেশ , ইউৰোপ মহাদেশ