অসম ৰাজ্যৰ আইন শংখলাৰক্ষী বাহিনী। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিচতে ইংৰাজসকলে আইন শংখলা ৰক্ষাৰ্থে এই বাহিনী গঠন কৰিছিল। অসম আৰক্ষী ৰাজ্যৰ গৃহ বিভাগৰ অধীনষ্ঠ।
অসম আৰক্ষীৰ মূল মন্ত্ৰ
“জনহিত জনসেৱাৰ্থে”
বাণীৰে অসম আৰক্ষীয়ে অসম ৰাজ্যৰ 33 খন জিলাতে সেৱা আগবঢ়ায় আহিছে। অসম আৰক্ষী বিভাগ এজন সঞ্চালক প্ৰধান ৰ অধীনত চালিত হয়। গুৱাহাটীৰ উলুবাৰীত অসম আৰক্ষী সঞ্চালকৰ প্ৰধান কাৰ্য্যালয় অৱস্হিত।
অসম আৰক্ষী ত বৰ্তমান অনুমূদিত পদ ৭৪,৭৮৮ বিপৰীতে ৬১,৩১০ জন বিষয়া- কৰ্মচাৰী কাৰ্যৰত হৈ আছে ।
অসম আৰক্ষী ৰাজপত্ৰিত বিষয়াৰ পদবী –
1. D.G.P
( DIRECTOR GENERAL OF POLICE)
সঞ্চালক প্ৰধান (জেষ্ঠতাৰ ভিত্তিত)
2. S.D.G.P
( SPECIAL DIRECTOR GENERAL OF POLICE)
বিশেষ সঞ্চালক প্ৰধান
3. ADGP
( ADDITIONAL DIRECTOR GENERAL OF POLICE )
অতিৰিক্ত সঞ্চালক প্ৰধান
4. IG
( INSPECTOR GENERAL OF POLICE)
মহাপৰিদৰ্শক
5. D.I.G
( DEPUTY INSPECTOR GENERAL OF POLICE)
উপ- মহাপৰিদৰ্শক
6. SSP
( SENIOR SUPERINTENDENT OF POLICE )
জেষ্ঠ আৰক্ষী অধীক্ষক
7. SP
( SUPERINTENDENT OF POLICE)
আৰক্ষী অধীক্ষক
I.P.S |
8. ASP
( ADDITIONAL SUPERINTENDENT OF POLICE)
অতিৰিক্ত আৰক্ষী অধীক্ষক
I.P.S |
9. D.S.P
( DEPUTY SUPERINTENDENT OF POLICE)
S.P.S
( ASSISTANT SUPERINTENDENT OF POLICE)
উপ আৰক্ষী অধীক্ষক
I.P.S |
অসম আৰক্ষী অৰাজপত্ৰিত বিষয়া পদবী –
1. INSPECTOR
পৰিদৰ্শক
AP |
2. ASSISTANT INSPECTOR
সহকাৰী পৰিদৰ্শক
AP |
3. S.I
( SUB-INSPECTOR)
উপ পৰিদৰ্শক
AP |
4. A.S.I
( ASSISTANT SUB-INSPECTOR)
সহকাৰী উপ পৰিদৰ্শক
AP |
5 . HEAD CONSTABLE
মূখ্য কনিষ্টবল
AP |
6. SENIOR CONSTABLE
নায়ক কনিষ্টবল
AP |
7. CONSTABLE
কনিষ্টবল