সুন্দৰ জাক-জমকীয়া ময়ুৰ চৰাইক ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষীৰ স্বীকৃতি দিয়া হৈছে । ময়ুৰৰ বৈজ্ঞানিক নাম ‘পাভ’ ক্রিষ্টটাচ’। ই একৰঙীণ জীৱনৰ সূচনা কৰে। ময়ুৰ চৰাই ভাৰত উপ-মহাদেশৰ সিন্ধু নদীৰ দক্ষিণ আন পূৱ অঞ্চলত জম্মু আৰু কাশ্মীৰ, পূব অসম, দক্ষিণ মিজোৰাম আৰু সমগ্র ভাৰতীয় উপদ্বীপ অঞ্চলত বেছি পৰিমাণে পোৱা যায়।