এছিয়া মহাদেশৰ সকলো দেশৰ নাম আৰু দেশবোৰৰ ৰাজধানীৰ নাম :
এছিয়া মহাদেশত সৰ্ব মুঠ 48 খন দেশ আছে ।
দেশ ৰাজধানী
1. ইণ্ডোনেছিয়া জাকাৰ্টা
2. পূৱ টিমৰো ডিলি
3. ফিলিপাইন মেনিলা
4. ব্ৰুনেই বন্দৰ চেৰী বেগৱান
5. চিংগাপুৰ চিংগাপুৰ
6. মালয়েছিয়া কোৱালালামপুৰ
7. কম্বোডিয়া নমপেন
8. ভিয়েটনাম হানায়
9. লাওছ ভিয়েনটিয়েন
10. থাইলেণ্ড বেংকক
11. ম্যানমাৰ নে পি ত
12. চীন বেইজিং
13. টাইৱান টাইপে
14. উত্তৰ কোৰিয়া পিয়ং ইয়ং
15. দক্ষিণ কোৰিয়া চিউল
16.জাপান টোকিঅ’
17. শ্ৰী লংকা কলম্বো
18. মালদ্বীপ মালে
19. ভাৰত নতুন দিল্লী
20. বাংলাদেশ ঢাকা
21. ভূটান থিম্পু
22. নেপাল কাঠমাণ্ডু
23. পাকিস্তান ইছলামাবাদ
24. ছৌডি আৰব ৰিয়াধ
25. য়েমেন চানা
26. ওমান মাছকট
27. সংযুক্ত আৰৱ গণৰাজ্য আবু ধাবি
28. কুৱেইট কুৱেইট চিটি
29.কাটাৰ দোহা
30. বাহৰেইন মানামা
31. ইজৰাইল জেৰুজালেম
32. জৰ্ডান আম্মান
33. লেবানন বেইৰুট
34. ছিৰিয়া ডামাস্কাছ
35. ইৰাক বাগদাদ
36. ইৰাণ টেহৰান
37. আফগানিস্তান কাবুল
38. কাজাখস্থান আস্থানা
39. উজবেকিস্তানা টাছখণ্ড
40. মংগোলীয়া উলান বাটোৰ
41. কিৰিগিজস্তান বিশকেক
42. তুৰ্কমেনিস্তান আছগাবাদ
43.টাজিকিস্তান দুছাঁনবে
44. আৰ্মেনিয়া ইয়েৰেভান
45. আজাৰবাইজান বাকু
46. জৰ্জিয়া টিবলিছি
47.তুৰস্ক আংকাৰা
48. ছাইপ্ৰাছ নিকেছীয়া
এছিয়া মহাদেশৰ সৰ্বমুঠ মাটিকালি হৈছে :- ৪৪,৫৭৯,০০০ বৰ্গ কি:মি
এছিয়া মহাদেশৰ সৰ্বমুঠ জনসংখ্যা :- ৪,৫৬০,৬৬৭,১০৮ (২০১৮ ৰ লোকপ্ৰিয়ল মতে)
এছিয়া মহাদেশৰ সৰ্বমুঠ জনসংখ্যা :- ৪,৫৬০,৬৬৭,১০৮ (২০১৮ ৰ লোকপ্ৰিয়ল মতে)
Good bro keep it up
ধন্যবাদ 😊😊😊