অসমীয়া ভাষা || অসমীয়া ভাষাৰ উৎপত্তি

 নতুন পোহৰ
 প্রাচীন ভাৰতীয় আর্যভাষা বুলিলে বৈদিক আৰু সংস্কৃত উভয়কে বুজায়। ইয়াৰপৰা বিভিন্ন প্রাকৃতৰ জন্ম হৈছিল। প্রধান তিনিটা প্রাকৃত হ’ল ঃ মাগধী, মহাৰাষ্ট্ৰী আৰু শৌৰসেনী । পূব-ভাৰতৰ প্রধান প্রাকৃত ভাষাটো আছিল মাগধী। তাৰপৰাই কালক্ৰমত অসমীয়া ভাষাৰ উৎপত্তি হয়। বাংলা আৰু উড়ীয়া ভাষাৰাে উৎস একেটাই।

 

অসমীয়া ভাষাত আর্যভিন্ন আন ভাষা-গােষ্ঠীৰৰ প্ৰভাৱ পৰিছে। ইংৰাজী আৰু অন্যান্য ইউৰােপীয়
ভাষাৰপৰাও প্ৰচুৰ শব্দ অসমীয়া ভাষাত সােমাইছে।

 

2 thoughts on “অসমীয়া ভাষা || অসমীয়া ভাষাৰ উৎপত্তি”

Leave a Reply