মানুহৰ মনটো শৰীৰৰ সৈতে ওত:প্ৰোত: ভাবে সাঙোৰ খাই আছে । সেয়েহে আমি শৰীৰটোক নিয়ন্ত্ৰণ কৰিব পাৰিলে স্বাভাৱিকতে মনটোও নিয়ন্ত্ৰণ হৈ পৰিব ।
ক) যোগাসন আৰু ব্যায়াম : যোগাসন আৰু শাৰীৰিক ব্যায়ামৰ দ্বাৰা আমাৰ শৰীৰৰ মাংস-পেশীবোৰ শক্তিশালী কৰি ৰাখিব পাৰোঁ । নিৰ্গত হৈ মনৰ প্ৰশান্তি বঢ়ায় আৰু ইয়াৰ নিয়ন্ত্ৰণ সহায় কৰে ।
খ) প্ৰণয়ন বা উশাহ-নিশাহৰ ব্যায়াম : মানুহৰ মনৰ লগত শ্বাস-প্ৰশ্বাসৰ এটা নিবিড় পাৰস্পৰিক সম্পৰ্ক আছে । যেতিয়া আমাৰ মনটো ভাৰাক্ৰান্ত অশান্ত অৱস্থাত থাকে তেতিয়া আমাৰ শ্বাস-প্রশ্বাসোঁ অনিয়মীয়া, চন্দহীন অগভীৰ,খৰ,শব্দযুক্ত হয় , বুকুৰ উপৰিভাগত সীমাবদ্ধ থাকে । আনহাতে যেতিয়া আমাৰ মনটো শান্ত – সমাহিত হয় তেতিয়া আমাৰ উশাহ-নিশাহো ধীৰ , গভীৰ , ছন্দপূৰ্ণ হয় আৰু গোটেই পেটতে লৰচৰ হয় । সেয়েহে আমি আমাৰ শ্বাস-প্রশ্বাসৰ প্ৰক্ৰিয়াত পৰিৱৰ্তন ঘটাই আমাৰ মন চাপ মুক্ত কৰি শান্ত সমাহিত কৰিব পাৰো ।
গ) নদী শোধন প্রাণায়াম : ‘ নদী শোধন প্রাণায়াম’ বিশেষকৈ সন্তুলন মন আৰু স্নায়ুৰ বাবে উপযোগী ।
খুব সুন্দৰ কথা কৈছা ব্র