বিভিন্ন প্ৰকাৰৰ ফুল সমূহ :
পানীত ফুলা ফুল :
পদুম , কলমৌ , ভেট , মেটেকা ।
ৰাতি ফুলা ফুল :
তগৰ , ধাতুৰা , স্থল পদ্ম , ভেট , ৰজনী গন্ধা , কামিনীকাঞ্চন , হাচনাহানা ।
বগা ফুল :
কামিনীকুসুম , তগৰ , বগা জবা , বগাকাঞ্চন , বগাপদ্ম , শেৱালি ।
ৰঙা ফুল:
অশোক , কাঞ্চন , মদাৰ , পলাশ , পদুম , ৰঙাভেট , ৰঙা জবা ইত্যাদি ।
নীলা ফুল :
নীলা জবা , অপৰাজিতা , নিলাঘণ্টা ।
হালধীয়া ফুল :
কৰবী , কনকচম্পা , গেন্ধাই , সূৰুযকান্তি ।
লতাজাতীয় ফুল :
অপৰাজিতা , কুঞ্চলতা , মাধৱিলতা ।