ভাৰতৰ সমূহ ৰাজ্য ২৯ খন আৰু ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। প্ৰতিখন ৰাজ্যৰে নিজা প্ৰশাসনীয় ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চল সমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। তলত ভাৰতৰ ৰাজ্য অঞ্চলসমূহৰ ৰাজধানী আৰু ৰাজ্যৰ মূখ্য ভাষা সমূহ উল্লেখ কৰা হৈছে।
| ৰাজ্য | ৰাজধানী | মুখ্য ভাষা | |
| 1 | অৰুণাচল প্ৰদেশ | ইটানগৰ | মনপা,আকা, মিজো । |
| 2 | অন্ধ্ৰ প্ৰদেশ | আমৰৱতী | তেলুগু, উৰ্দু । |
| 3 | অসম | দিছপুৰ | অসমীয়া । |
| 4 | বিহাৰ | পাটনা | হিন্দী । |
| 5 | গুজৰাট | গান্ধীনগৰ | গুজৰাটী। |
| 6 | হাৰিয়ানা | চণ্ডীগৰ | হিন্দী । |
| 7 | হিমাচল প্ৰদেশ | চিমলা | হিন্দী, পিহাৰী । |
| 8 | কৰ্ণাটক | বাঙ্গালোৰ | কন্নড । |
| 9 | কেৰেলা | ত্রিবনান্তপুৰাম | মালয়ালম । |
| 10 | মধ্যপ্ৰদেশ | ভূপাল | হিন্দী । |
| 11 | মহাৰাষ্ট্ৰ | মুম্বাই | মাৰাঠী । |
| 12 | মেঘালয় | শ্বিলং | খাচী , জয়ন্তীয়া । |
| 13 | নাগালেণ্ড | কোহিমা | ইংৰাজী । |
| 14 | উৰিষ্যা | ভুৱনেশ্বৰ | উৰিয়া । |
| 15 | পাঞ্জাৱ | চণ্ডীগৰ | হিন্দী, পাঞ্জাৱ । |
| 16 | ৰাজস্থান | জয়পুৰ | হিন্দী ,ৰাজস্থানী । |
| 17 | তামিলনাডু | চেন্নাই | তামিল । |
| 18 | উত্তৰ প্ৰদেশ | লক্ষ্ণৌ | হিন্দী , উৰ্দূ । |
| 19 | পশ্চিম বংগ | কলকাতা | বাংলা । |
| 20 | মণিপুৰ | ইম্ফল | মণিপুৰ । |
| 21 | ত্ৰিপুৰা | আগৰতলা | ত্ৰিপুৰা । |
| 22 | চিকিম | গেংটক | চিকিমী,নেপালী । |
| 23 | মিজোৰাম | আইজল | মিজো , ইংৰাজী । |
| 24 | গোৱা | পানাজী | পোৰ্টগলী, কংকনি । |
| 25 | চত্ৰিশগঁড় | ৰাইপুৰ | হিন্দী । |
| 26 | উত্তৰ অঞ্চল | ডেৰাডুন | হিন্দী । |
| 27 | ঝাৰখণ্ড | ৰাঁচী | হিন্দী । |
| 28 | জনম্মু-কাশ্মীৰ | শ্ৰী নগৰ | কাশ্মীৰী । |
| 29 | তেলেংগনা | হাইডৰাবাদ | |
