অসমৰ জাতীয় সংগীত
|
– লক্ষ্মীনাথ বেজবৰুৱা |
‘অ’ মোৰ আপোনাৰ দেশ ।
‘অ’ মোৰ চিকুনিৰ দেশ । ।
এনেখন শুৱলা এনেখন সুফলা
এনেখন মৰমৰ দেশ ।
অ ‘ মোৰ সুৰীয়া মাত
অ ‘ মোৰ সুৱদি মাত
পৃথিৱীৰ কতো বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত ।
‘ অ ‘ মোৰ ওপজা ঠাই
‘ অ ‘ মোৰ অসমী আই
চাই লওঁ এবাৰ মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই ।
Related