পশু-পক্ষীৰ জ্ঞান :
◆ বিশ্বৰ তীব্র গতি যোৱা পক্ষী কোনটো ?
ডক হাক ।
◆ বিশ্বৰ সকলোতকৈ সৰু চৰাই কোনটো আৰু ইয়াক কত পোৱা যায় ?
হামিং বাৰ্ড , কেউবা ।
হামিং বাৰ্ড , কেউবা ।
◆ বিশ্বৰ সকলোতকৈ মাত মাতিব পৰা পক্ষী কোনটো ?
প্ৰভুল নামৰ ভাটৌ আফ্ৰিকাত পোৱা যায় ।
প্ৰভুল নামৰ ভাটৌ আফ্ৰিকাত পোৱা যায় ।
◆ বিশ্বৰ সমলতকৈ ডাঙৰ পক্ষী কোনটো ?
উটপক্ষী ।
উটপক্ষী ।
◆ বিশ্বৰ কোনটো পক্ষীয়ে হাতীৰ দৰে বিশাল জন্তুক উৰুৱাই লৈ গৈছিল ?
ওকাৱ পক্ষী (ৰুচ) ।
ওকাৱ পক্ষী (ৰুচ) ।
◆বিশ্বৰ কলা ৰঙৰ হাঁহ কত পোৱা যায় ?
অষ্ট্ৰেলিয়া ।
অষ্ট্ৰেলিয়া ।
◆ বিশ্বৰ সকলোতকৈ সুন্দৰ পক্ষী কি আৰু কত পোৱা যায় ?
স্বৰ্গৰ পক্ষী , ইউৰোপত পোৱা যায় ।
স্বৰ্গৰ পক্ষী , ইউৰোপত পোৱা যায় ।
◆ বিশ্বৰ সকলোতকৈ ভয়ানক পক্ষী কি ?
কোচুৱাৰী বাৰ্ড , (অষ্ট্ৰেলিয়া )।
কোচুৱাৰী বাৰ্ড , (অষ্ট্ৰেলিয়া )।
◆ বিশ্বৰ কোনটো পক্ষী সকলোতকৈ বেছিকৈ উৰিব পাৰে ?
আৰ্কটিক তৰ্ন পক্ষী ।
আৰ্কটিক তৰ্ন পক্ষী ।
◆বিশ্বৰ কোনবিধ চিৰাই পোষ্ট মেনৰ কাম কৰে?
পাৰ চৰাই ।
পাৰ চৰাই ।
◆ বিশ্বৰ কোনটো পক্ষীয়ে বহু দূৰ -দূৰলৈ নিজৰ চিকাৰ দেখা পাই ?
ৱাজ ।
ৱাজ ।
◆সকলোতকৈ তীব্ৰ গতিত যাব পৰা জন্তুটোৰ নাম কি ?
ছিতা ,৬০কি:মি/ঘণ্টা ।
ছিতা ,৬০কি:মি/ঘণ্টা ।
◆ কি জন্তু এ দুখ পালে মানুহৰ নিচিনা কান্দে ?
ভালুক ।
ভালুক ।
◆ কি জন্তু এ বিপদ আহিলে নিজৰ কেঁচুৱা তোক নিজৰ পেটৰ মনাত সোমাই লৈ ?
কেঙ্গাৰু ।
কেঙ্গাৰু ।
◆কি বেকুলি এ উৰিব পাৰে ?
ৰাকুফুৰচ ।
ৰাকুফুৰচ ।
◆ কি জন্তুৱে মাত নলগাই ?
জিৰাফ ।
জিৰাফ ।
◆কি জন্তুৰ গাত সাধাৰন গুলি পৰিলে একো নহয় ?
গঁড় ।
গঁড় ।
◆ কি জন্তু এ চকু বন্ধ কৰি সকলো দেখা পায় ?
উট ।
উট ।