অন্তৰিক্ষৰ কিছু কথা
★ চন্দ্ৰত প্ৰথম যোৱা অন্তৰিক্ষ যাত্ৰী আৰু জান খনৰ নাম কি ?
নীল আৰ্মষ্ট্ৰং , এডুইন এলড্ৰিন , মাইকেল কলিন্স । ২১জুলাই ১৯৬৯ , এপল ১১ , আমেৰিকা ।
নীল আৰ্মষ্ট্ৰং , এডুইন এলড্ৰিন , মাইকেল কলিন্স । ২১জুলাই ১৯৬৯ , এপল ১১ , আমেৰিকা ।
★ বিশ্বৰ কি ঠাইত সূৰ্য টো সেউজীয়া দেখা যায় ?
এণ্টাৰ্তিকা ।
এণ্টাৰ্তিকা ।
★ সূৰ্যৰ ৰশ্মি পৃথিৱীত কিমান দেৰিকৈ পৰে ?
৮মিনিট ২২চেকেণ্ড ।
৮মিনিট ২২চেকেণ্ড ।
★ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান ?
২২,২৩,৮৮৫০
২২,২৩,৮৮৫০
★কোন খন নগৰত দুই মাহ দিন হৈ থাকে?
হেমৰ ফাষ্ট ।
হেমৰ ফাষ্ট ।
★পৃথিৱীৰ কোন খন ঠাইত ছয় মাহ ছয় দিন আৰু ছয় মাহ ছয় ৰাতি হয় ?
উত্তৰ আৰু দক্ষিণ মেৰুত ।
উত্তৰ আৰু দক্ষিণ মেৰুত ।
★পৃথিৱীৰ কি ঠাইত দিন ৰাতি সমান হয় ?
বিষুৱ ৰেখাত ।
বিষুৱ ৰেখাত ।
★ পৃথিৱীৰ কোন ঠাইত ৫ টা সূৰ্য্ দেখা যায় ?
চীনৰ চিংগ নাইংগ চোং চহৰত ।
চীনৰ চিংগ নাইংগ চোং চহৰত ।
★ সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব কিমান ?
১৪৯.৮ মিলিয়ন কি:মি ।
১৪৯.৮ মিলিয়ন কি:মি ।
★ বিশ্বৰ সৰ্বাধিক বৰষুণ কত হৈ ?
চেৰাপুঞ্জী , মেঘালয় ।
চেৰাপুঞ্জী , মেঘালয় ।
★ অন্তৰিক্ষত প্ৰথম দুৰ্ঘটনা কেতিয়া হৈছিল ?
১৯৬৭চনত , আমেৰিকাৰ যাত্ৰীৰ মৃত্যু ।
১৯৬৭চনত , আমেৰিকাৰ যাত্ৰীৰ মৃত্যু ।
★ প্ৰথম ভাৰতীয় অন্তৰিক্ষ যাত্ৰী কোন?
ৰাকেশ শৰ্মা ।
ৰাকেশ শৰ্মা ।
★চন্দ্ৰৰ পৰা পৃথিৱীৰ কোন খন ঠাই স্পষ্টকৈ দেখা পায় ?
চীনৰ দুৱাৰ ।
চীনৰ দুৱাৰ ।
★ মংগল গ্ৰহত সহজে নামিব পৰা অন্তৰিক্ষ যান কোন খন ?
বাকিংগ আমেৰিকা ।
বাকিংগ আমেৰিকা ।
◆ কোন খন ঠাইত ৰাতি ১২ টা বজাত কিছু সময়ৰ বাবে সূৰ্য্ উদয় হয় ।
নৰৱেত ।
নৰৱেত ।