মানৱ বিজ্ঞান
◆ মানুহৰ শৰীৰ হৃদযন্ত্ৰটো এক মিনিটোত 72 বাৰ স্পন্দিত হয় ।
◆ মানুহৰ শৰীৰ যিবিলাক নাৰীৰ এ তেজ চলাচল কৰে তাক ধমণি বোলে ।
◆ মানুহৰ শৰীৰত 98.4 ডিগ্ৰী ফেৰেনহাইট তাপ থাকে ।
◆ মানুহৰ মস্তিস্কটৰ ওজন 3 পাউণ্ড ।
◆ মানুহে উশাহত অক্সিজেন গেছ লয় ।
◆ মানুহে নিশাহত কাৰ্বন ডাই অক্সিইড এৰে।
◆তেজৰ ৰঙা কণিকা কম হলে এনোমীয়া ৰোগ হয় ।
◆মানুহৰ শৰীৰত তেজৰ মূখ্য কাম হৈছে কোষত অক্সিজেন যোগান ধৰা ।
◆এইডচৰ বীজানুৰ আবিষ্কাৰক হৈছে লক মতিনিয়ৰ ।
◆ মানুহৰ শৰীৰৰ সকলোতকৈ ডাঙৰ অংগ হল যিকৃত ।
◆ মানুহৰ শৰীৰৰ হৃদযন্ত্ৰ টো 24ঘণ্টাত 130689 বাৰ স্পন্দিত হয় ।
◆মানুহৰ সৰ্ব মুঠ 206ডাল হাড় থাকে ।
◆ মানুহৰ লাওখোলাত 22ডাল হাড় থাকে ।
◆ এজন স্বাস্থ্য ৱান ব্যক্তিৰ শৰীৰত 5ৰ পৰা 6 লিটাৰ তেজ থাকে ।
◆ আমাৰ মাজৰ আঙুলি আৰু বুঢ়া আঙুলিৰ নখ সকলোতকৈ লেহেম গতিত বাঢ়ে ।
◆আমাৰ মূৰটো চুলিৰ সংখ্যা এক লাখৰ পৰা দহ লাখলৈ থাকে । প্ৰতি মাহে 1/2 ইঞ্চিকৈ দীঘল হৈ ।