চন ১৯৬২… পৃথিৱীৰ এক বৃহৎ শক্তিৰ সৃষ্টি যাৰ নাম ইন্টাৰনেট ৷ জে.চি.আৰ. লিকলিডাৰ নামৰ এজন ব্যক্তিয়ে আমেৰিকা যুক্তৰাষ্টত DARPA নামৰ এটা সংস্থাৰ উদ্ভৱ কৰে ৷ এই সংস্থাৰ দ্বাৰা লিকলিডাৰে ইন্টাৰগ্লেটিক নামৰ এটা নেটৱৰ্কৰ সৃষ্টি কৰি পৃথিৱীৰ সকলো মানুহকে একগোট কৰিছিল ৷ এনেদৰেই লিকলিডাৰে সেই সংস্থাটোৰ লগত কাম কৰি থাকিলে আৰু ১৯৭৪ চনত DARPA ৰ দুজন সদস্য উইনকাফ আৰু ববকানে লগ লাগি TCP (Transmission Control Protocol) বনাই ইন্টাৰগ্লেটিক নামটো সলাই ইন্টাৰনেট ৰাখি থলে ৷