গাঁৱলীয়া বেংক ব্যৱস্থা – Rural Bank System

আঞ্চলিক গাঁৱলীয়া বেংক ব্যৱস্থা

 আঞ্চলিক গাঁৱলীয়া বেংক ব্যৱস্থা – Regional Rural Bank System ভাৰতীয় অর্থনীতি কৃষিৰ ওপৰত অধিক নিৰ্ভৰশীল। ভাৰতৰ প্ৰায় ৭০ শতাংশ লোক …

Read more

ভাৰতবৰ্ষত বেংক ৰাষ্ট্ৰীয়কৰণ – Bank nationalisation in India

ভাৰতবৰ্ষত বেংক ৰাষ্ট্ৰীয়কৰণ

  ভাৰতবৰ্ষৰ বাণিজ্যিক বেংকসমূহ ১৯৬৯ চনৰ পূৰ্বৱৰ্তী কালছোৱাত ব্যক্তিগত খণ্ডৰ বেংক আছিল। বেংকসমূহৰ নিয়ন্ত্ৰণ কেইজনমান ব্যক্তি আৰু কিছুমান ঔদ্যোগিক সংগঠনৰ …

Read more

বাণিজ্যিক বেংক – Commercial Banks 

বাণিজ্যিক বেংক

যিবোৰ বিত্তীয় অনুষ্ঠানে ব্যক্তি বা সংগঠনৰপৰা ধন জমা ৰাখে আৰু অন্য ব্যক্তি, সংগঠন বা ব্যৱসায় প্রতিষ্ঠানক ঋণ প্রদান কৰে তাকে …

Read more

কেন্দ্ৰীয় বেংক – Central Bank

কেন্দ্ৰীয় বেংক

কেন্দ্ৰীয় বেংক দেশৰ উচ্চতম চৰকাৰী বেংক। কেন্দ্ৰীয় বেংকে দেশৰ মুদ্ৰা ব্যৱস্থাৰ পৰিচালনা কৰে, বাণিজ্যিক বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানসমূহক নিয়ন্ত্ৰণ …

Read more

মুদ্ৰাৰ কাৰ্যাৱলী | Functions of Money

মুদ্ৰাৰ কাৰ্যাৱলী

মুদ্ৰাৰ কাৰ্য চাৰিবিধ : (১) বিনিময়ৰ মাধ্যম (Medium of Exchange), (২) মূল্যৰ মাপকাঠী (Measure of value), (৩) মূল্যৰ ভাণ্ডাৰ (Store …

Read more

মুদ্ৰাৰ প্ৰকাৰ | Types of Money

মুদ্ৰাৰ প্ৰকাৰ | Types of Money

   মুদ্ৰাৰ প্ৰকাৰ সমূহ  হ’ল :   (১) হিচাপৰ মুদ্ৰা (Money of Account) : যি মুদ্ৰাৰ যোগেদি দেশৰ সকলো কিনা-বেচা …

Read more