About us

notunpohor
নতুন পোহৰ হৈছে  অসমীয়া ভাষাত লিখা-মেলা কৰাৰ এখন মুকলি মঞ্চ, এক বৌদ্ধিক আন্দোলন৷ অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাৰ লগতে অসমীয়া ভাষাক বিশ্বমুখী কৰাৰ এক প্ৰচেষ্টা । যত আপুনি ও মুক্ত মনে  আমাক জনাব পাৰিব আপোনাৰ মত-প্ৰসংগ,  জ্ঞান-বিজ্ঞান  , কুইজ , গল্প, কবিতা ,  আপোনাৰ অঞ্চলৰ বা-বাতৰি ইত্যাদি ।
কিছু চৰ্চিত, কিছু অচৰ্চিত; কিছু বাস্তৱিক, কিছু ৰহস্যময়ী; কিছু নষ্টালজিক কিছু আৱেগিক..কেতিয়াবা হাঁহি, কেতিয়াবা কান্দোনৰ সমাহাৰ..লগতে থাকিব অতীত-বৰ্তমান-ভৱিষ্যত সমাজৰ কিছু প্ৰসংগ…যিবোৰ চকুৰে দেখা যায়, কিন্তু প্ৰকাশ কৰিবলৈ কাৰো আহৰি নাই.. সেয়ে আমি লৈ আহিম সমাজৰ সকলো দিশৰে কিছু বচা বচা তথ্য লগতে আপুনিও আমাক জনাব পাৰিব আপোনাৰ মত-প্ৰসংগ..আৰু আমি ৰাইজক জনাম....এক নতুন পোহৰৰ সন্ধানত