স্বাধীনচিতীয়া হালােৱা ডেকা ৰণুৱা – ৰাভা সংগীত || বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত
স্বাধীন চিতীয়া হালােৱা ডেকা ৰণুৱা। পঞ্চায়তী যুগৰ ন মনৰে মনুৱা— যুঁজিব সমৰত লগৰীয়া বনুৱা !! চিনি লচোন কোন শতৰু লুকাই …
স্বাধীন চিতীয়া হালােৱা ডেকা ৰণুৱা। পঞ্চায়তী যুগৰ ন মনৰে মনুৱা— যুঁজিব সমৰত লগৰীয়া বনুৱা !! চিনি লচোন কোন শতৰু লুকাই …
বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা। নাম তমােহৰ দেউ! নাচা ! বন্দে বন্দে। আজি সৱ। ভকত বৃন্দে তব চৰণ কমল। …
‘সুৰৰে দেউলৰে ৰূপৰে শিকলি। ভাঙি দিলি খুলি। দুৱাৰ সােণােৱালি পূজাৰী অ’ | সুন্দৰ পূজাৰী।’ জাউতি যুগীয়া বৰগীত অমিয়া বনগীত সুৰীয়া …
ব’ল ব’ল বল’ ব’ল কৃষক শক্তি দল অ’ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ ব’ল জাগ জাগ জাগ জাগ মজদুৰ ন জোৱান …
এতিয়া আছে মাথোঁ তেজৰঙা এখন নদী মােৰ জীৱন জুৰি বয় দুখৰে ঢৌ তুলি নাই কোনাে সীমনা দুহাতে সানি লওঁ তপত …
মেঘৰ বৰণ ৰ’দৰ বৰণ। জোনৰ বৰণ তুমি কোন দূৰ গানৰ মাজত কথাৰ মাজত। প্রাণৰ তুমি কোন সুৰ। সপােনে সপােনে নিবিড়ে …