হিৰি ৰিৰি হিৰি ৰিৰি – বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

হিৰি ৰিৰি হিৰি ৰিৰি

    হিৰি ৰিৰি হিৰি ৰিৰি হেই অ’ হেই হেই। নীলাকৈ আকাশ তৰাফুল বছা কিয়নাে ঐ হাঁহিৰে সপােন ৰচা। বাৰিষাৰ …

Read more

নয়নত চকুলাে লৈ – বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

নয়নত চকুলাে লৈ -

  নয়নত চকুলাে লৈ চোৱা কিয় মুখলৈ কৰুণ অৰুণ আঁখি  বিষাদ পাহিৰে ঢাকি আছা কিয় তাতে ৰৈ? ডকা চাকনৈয়া আনি …

Read more

উটি যা ৰূপালী নাও – বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

উটি যা ৰূপালী নাও -

উটি যা ৰূপালি নাও উটি যা উটি যা ৰূপালি নাও জুৰুকৈ বা জুৰুকৈ বা অ’ মােৰ পছােৱা মলয়া বা। দেখি …

Read more

নিছলা আইৰে আমি খাঁটি অসমীয়া – বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

নিছলা আইৰে আমি খাঁটি অসমীয়া

নিছলা আইৰে আমি খাঁটি অসমীয়া অসমী আইৰে আমি ছােৱালী ধুনীয়া ধৰণী শুৱাই থকা অতি মোহনিয়া। খােপাত কপৌফুল, হাতত জেতুকাৰ বােল …

Read more

কাষতে কলচি লৈ – বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

কাষতে কলচি লৈ

কাষতে কলচি লৈ যায় ঐ ৰচকী বাই সপোনৰ সুফৰাঁ চকুযুৰি লৈ মৰমৰ অমিয়া ভৰাই এই ৰচকী বাই যায় ঐ ৰচকী …

Read more

জীৱন ভৰি তােমাৰে গান গালােঁ – বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

জীৱন ভৰি তােমাৰে গান গালােঁ

জীৱন ভৰি তােমাৰে গান গালোঁ দেহা-বীণৰ তাঁৰ জোকাৰি কিমান সুৰ বজালোঁ তেও যে প্রভু তােমাক নেপালোঁ। সেই ৰাগিণীৰ তালে তালে …

Read more